62
ডিজিটেল ডেস্কঃ এতিয়া আৰু ৰেল ষ্টেশ্যনৰ জাননী বোৰ্ড বা অনুসন্ধান কক্ষলৈ গৈ শাৰী পাতি থাকিব নালাগে। হাতৰ মুঠিতে পাব ৰেল বিভাগৰ সকলো খবৰ। ৰেলৱে বিভাগে মুকলি কৰিবলৈ লৈছে এক বিশেষ এপ যিটোৰ জৰিয়তে আপুনি ঘৰতে বহি ট্ৰেইনৰ সকলো খবৰ পাব পাৰিব।
জুন মাহত মুকলি হ’বলগা এই এপটোৰ নাম হিন্দৰেইল বুলি জনা গৈছে। ইয়াত ৰেল বিভাগৰ সকলো এপৰ সুবিধাসমূহ একত্ৰিত কৰা হৈছে।