81
ৰঙিয়াঃ ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত-বিৰদত্ত ভৱনত দেওবাৰে অবিভক্ত ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মীবৃন্দৰ এখন সতীৰ্থ সভা অনুষ্ঠিত হয়।
পুৱা পতাকা উত্তোলন কৰে প্ৰাক্তন ছাত্ৰ নেতা আমিৰ আলীয়ে। শ্বহীদ তৰ্পন কৰে প্ৰাক্তন ছাত্ৰ নেতা ডম্বৰু কলিতা, লীলাধৰ শালৈ, দীপক দাসে৷ স্মৃতি তৰ্পন কৰে দ্বীজেন নাথ, শৰৎ কলিতা আৰু ৰমেন দাসে। ইয়াৰ পাছতে মূল কাৰ্যসূচী সতীৰ্থ সভাখন অনুষ্ঠিত হয়।