135
তেজপুৰ, অপুৰ্ব বৰাঃ মানৱ জীৱনৰ লগত গছৰ সম্পৰ্ক অপাৰ। কৃষিজীৱী ৰাইজৰ অপোন ৰঙালী বিহুৰ বতৰত গছক লৈ ব্যস্ত তেজপুৰৰ একাংশ মহিলা।
সাত বিহু পালনত ব্যস্ত অসমবাসী। চৌদিশে ৰঙালীৰ ৰঙৰ মাজতে আজি ৫ বহাগ চেৰা বিহু এই দিনটোতে পালন কৰা হয় গছ বিহু৷ কৃষি প্ৰধান বৃহত্তৰ অসমীয়া জাতিটোৰ কৃষকসকলৰ লগতে গছৰ যে গুৰুত্ব আছে সেই কথাৰ পৰিচয় দি তেজপুৰৰ এই মহিলাসকলে পালন কৰিলে গছ বিহু।