বৰনৰ্দ্দীঃ বাপোটি সাহোন ৰঙালী বিহুৰ উৎসাহ আৰু মাদকতা ওৰ পৰা নাই নলবাৰী জিলাৰ বিভিন্ন ঠাইত। একতা আৰু সংহতিৰে
পশ্চিম নলবাৰীৰ, অঞ্চলৰ বলোৱা প্ৰগতি সংঘৰ উদ্যোগত আৰু বলোৱা ক্ৰিকেট ক্লাবৰ সৌজন্যত অহা ১১ মে’ৰ দিনা এদিনীয়াকৈ ৰঙালী বিহু উদযাপন কৰিবলৈ লোৱা হৈছে।
তদুপলক্ষে মনোৰঞ্জণ শৰ্মাক সভাপতি, মানসজ্যোতি শৰ্মাক কাৰ্যকৰী সভাপতি, নৱজিৎ শৰ্মা(দুলু), বিকাশ ডেকাক সম্পাদক, মনোজ ডেকা(জান)ক সাংস্কৃতিক সম্পাদক হিচাপে লৈ বিহু উদযাপন সমিতিখন গঠন কৰা হৈছে।