Home অন্যান্য খবৰধলপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰম্ভ

ধলপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰম্ভ

by News Desk
87 views
A+A-
Reset

নাৰায়ণপুৰঃ ধলপুৰ ভিৱজিঅ’ ক্লাবৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে “ধলপুৰ কেন্দ্ৰীয় ৰঙালী বিহু” সন্মিলন আয়োজন কৰা হৈছে। ১১ মে অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বিহু সন্মিলনখনত ধলপুৰ শিমলুগুৰি জিলা পৰিষদৰ আঞ্চলিক সদস্য লীলাকান্ত দাসক সভাপতি, লক্ষী বৰাক কাৰ্যকৰী সভাপতি আৰু তপন ধলপুৰীয়াক সম্পাদক হিচাপে লৈ ইতিমধ্যে এখন উদযাপন সমিতি গঠন কৰা হৈছে। 

লগতে বিত্ত, তথ্য, প্ৰচাৰ, মঞ্চ, পোহৰ, খাদ্য আৰু পৰিবহনৰ একোখনকৈ উপ-সমিতি প্ৰস্তুত কৰি নিজ নিজ কতব্যত মনোনিবেশ কৰা হৈছে। কাৰ্যসূচী অনুসৰি বিহু সন্মিলনৰ প্ৰথম দিনা ১১ মেত পুৱা ৭ বজাত বৃক্ষ ৰোপণ কৰিব ধলপুৰ ভিবজিঅ’ ক্লাবৰ সভাপতি পলাশ বানিয়াই আৰু সম্পাদক বসন্ত হাজৰিকাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0