78
দলংঘাটঃ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত লোজোৰা কৈকৰা-জলজলী-দেওমৰনৈ সংযোগী পথৰ অৱস্থা এতিয়া জৰাজীৰ্ণ। নিতৌ স্কুল-কলেজলৈ আহে ছাত্ৰ-ছাত্ৰী এই পথটোৰে৷
এই পথটোৰে অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰীসকলে প্ৰায়েই দুৰ্ঘটনাত পতিত হৈ আহিছে এই জৰাজীৰ্ণ পথটোত।