Home অন্যান্য খবৰনৈত জাহ গ’ল কাছাৰৰ গাওঁ

নৈত জাহ গ’ল কাছাৰৰ গাওঁ

by News Desk
84 views
A+A-
Reset

শিলচৰঃ কাছাৰ জিলাৰ বড়খলা অঞ্চলৰ গাওঁ এখন জাহ গ’ল নদীত৷ প্ৰত্যেক বছৰে হোৱা খহনীয়াৰ ফলত নন্দীগ্ৰাম নামৰ গাওঁখনৰ এক তৃতীয়াংশই এতিয়া জাহ গৈছে নৈৰ বুকুত৷ গাওঁৰ লোকসকলে বিষয়টো সন্দৰ্ভত কেইবাবাৰো চৰকাৰৰ অৱগত কৰিছে যদিও চৰকাৰে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নাই কৰা বুলি অভিযোগ উত্থাপন কৰিছে গাওঁবাসীয়ে৷

আজি পুনৰ নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰি সংগঠণে বিষয়টোৰ সন্দৰ্ভত  জিলা উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা প্ৰৰ্দশণ কৰাৰ লগতে এক স্মাৰকপত্ৰও প্ৰদান কৰে৷ আনহাতে  যদিহে আগষ্টৰ ভিতৰত সমস্যাৰ সমাধান নহয় বৃহত্তৰ আন্দোনল গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে সংগঠনটোৱে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0