Home গুৱাহাটীস্পেনিছ গাৰ্ডেন ছীল, দিল্লীৰ পৰা আহি হোলী খেলিছিল কৰ’নাত আক্ৰান্ত ব্যৱসায়ীয়ে!

স্পেনিছ গাৰ্ডেন ছীল, দিল্লীৰ পৰা আহি হোলী খেলিছিল কৰ’নাত আক্ৰান্ত ব্যৱসায়ীয়ে!

by News Desk
A+A-
Reset
spanish

গুৱাহাটীঃ অসমত শনিবাৰে দুপৰীয়া ১ বজা পৰ্যন্ত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ২৫ জন। ইয়াৰে ২৪জনৰেই আছে ভাৰতৰ কৰ’নাৰ ‘ছুপাৰস্প্ৰেডাৰ’ নিজামুদ্দিনৰ তবলীগ জামাতৰ সৈতে সম্পৰ্ক। শুকুৰবাৰৰ পুৱাৰ পৰা নিশালৈকে মুঠ ৭জন লোকৰ দেহত কৰ’নাৰ পজিটিভ ধৰা পৰাৰ পিছত শনিবাৰে দিনৰ ভাগত লখিমপুৰৰ আন এজন লোকৰ টেষ্ট পজিটিভ ওলায়।

নিজামুদ্দিনৰ তবলীগ জামাতৰ পৰা অহা লোকসকলক বাদ দি নিজামুদ্দিনৰ সৈতে কোনো সম্পৰ্ক নথকা যিজন ব্যক্তি কৰ’নাত আক্ৰান্ত হৈছে তেওঁ হৈছে গুৱাহাটীৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী। এই ব্যক্তিজনে দিল্লীৰ নিজামুদ্দিনলৈ নগ’লেও ব্যৱসায়িক কামত দিল্লীলৈকেই গৈছিল আৰু তাতেই কৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ অনুমান কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0