Home দেশএইবাৰ দেশত এদিনতে আক্ৰান্ত ৯০০০ লোক, অসমতো ক্ৰমাৎ বাঢ়িছে পজিটিভৰ সংখ্যা

এইবাৰ দেশত এদিনতে আক্ৰান্ত ৯০০০ লোক, অসমতো ক্ৰমাৎ বাঢ়িছে পজিটিভৰ সংখ্যা

by News Desk
82 views
A+A-
Reset

নতুন দিল্লীঃ দেশত প্ৰতি নিয়ত বাঢ়িছে কৰ’না আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত এদিনতে আক্ৰান্ত হৈছে ৯৩০৪ জনকৈ লোক। ইয়াৰ ফলত দেশত কৰ’না আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ২,১৬,৯১৯ জন। বুধবাৰৰ দিনটোত এনেকৈ ৯০০০ লোক আক্ৰান্ত হোৱাৰ পিছত অহা দুই এদিনৰ ভিতৰত এদিনতে আক্ৰান্ত ১০ হাজাৰৰ অধিক হ’ব বুলি শংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।

বৃহস্পতিবাৰে পুৱা প্ৰকাশ পোৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মেডিকেল বুলেটিনত কোৱা হৈছে যে দেশত এই পৰ্যন্ত কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ৬০৭৫ জনকৈ লোকে। সুস্থ হৈ ঘৰলৈ উভতিছে ১,০৪,১০৭ জন। সুস্থতাৰ হাৰ হৈছে ৪৭.৯৯ শতাংশ। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0