65
ডিজিটেল ডেস্কঃ আৰক্ষীৰ বাবে হঠাতে আশীৰ্বাদ স্বৰূপ হৈ পৰিল ফেচবুক। ৰাজস্থান আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা এগৰাকী অপৰাধী যুৱতীক যোৱা ৫ মাহ ধৰি বিচাৰি ফুৰা আৰক্ষীক সহায় কৰিলে ফেচবুকে।
মুম্বাইৰ এখন হোটেলত ডিস্ক’ জকীৰ কাম কৰা শিখা তিৱাৰী ওৰফে ডিজে আদা নামৰ যুৱতীগৰাকীয়ে হোটেলৰপৰা ১ কোটি টকা লৈ উধাও হৈছিল ডিচেম্বৰ মাহত।