Home অন্যান্য খবৰভুৱা চিবিআই অফিচাৰ আটক

ভুৱা চিবিআই অফিচাৰ আটক

by News Desk
63 views
A+A-
Reset

কামপুৰঃ চিবিআইৰ নাম লৈ ধন ঘটা এজন প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হৈছে কামপুৰ আৰক্ষী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি ফুৰা মৰিগাঁৱৰ আজমত আলী অৱশেষত কামপুৰ আৰক্ষীয়ে চলোৱা অভিযানত ধৰা পৰে। 

কামপুৰত ভাড়াঘৰ লৈ আত্মগোপন কৰি থকা হাজমত আলীক মঙলবাৰে নিশাৰ ভাগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। কামপুৰৰ লগতে ডিব্ৰুগড়ৰ কেইবাজনো লোকৰ পৰা চাকৰি দিয়াৰ পলোভনৰে ৫০ হাজৰকৈ টকা সংগ্ৰহ কৰিছিল প্ৰবঞ্চকজনে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0