79
অভয়াপুৰীঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ দ্বীপনিলীম দাসে বিজ্ঞান শাখাত অসমৰ ভিতৰতে দশম স্থান অধিকাৰ কৰি অভয়াপুৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে।
দশম স্থান প্ৰাপ্ত দ্বীপনিলীম অভয়াপুৰী বামুনগাঁও ১ম খণ্ডৰ ৰাধিকা মোহন দাস আৰু দিপ্তী দাস পাটগীৰি একমাত্র পুত্ৰ সন্তান।