67
ধিংঃ ধনৰ অভাৱে মনোবল ভাঙিবপৰা নাই দিব্যাংগ ছাত্ৰ কৃষ্ণ শইকীয়াৰ। আৰ্থিক অনাটননৰ মাজতে বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ পৰা প্ৰথম স্থানত হিন্দী বিভাগত লেটাৰ মাৰ্কসহ সুখ্যাতি অৰ্জন কৰি দুখীয়া পৰিয়ালটোলৈ সুখৰ বন্যা বোৱাইছিল বটদ্ৰৱা সমষ্টিৰ ডুমডুমীয়াৰ এইজন দৰিদ্ৰ ছাত্ৰই।
বৰ্তমান উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত পঢ়ি থকা এই দৃষ্টিহীন যুৱকজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে শুভাকাংক্ষীসকল।