78
ডিজিটেল ডেস্কঃ কেৱল ভাৰততে নহয় বিদেশতো বিয়পিছে সুষমা স্বৰাজৰ মহানুভৱতাই৷ বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ ওচৰত সহায়ৰ বাবে কৰা আবেদন আপোনোলোকে শুনিছে৷
কিন্তু এইবাৰ পুনৰ সুষমা স্বৰাজৰ সহায় বিচাৰিলে পাকিস্তানৰ এগৰাকী মহিলাই৷ ফেইজা তনভীৰ নামৰ মহিলাগৰাকীয়ে চিকিৎসাৰ বাবে সহায় বিচাৰিলে সুষমা স্বৰাজৰ৷ ২৫বৰ্ষীয় কৰ্কট ৰোগী ফেইজাই চিকিৎসাৰ বাবে যোগাযোগ কৰিছিল দিল্লীৰ ইন্দ্ৰপ্ৰস্থ চিকিৎসালয়ত।