ডিজিটেল ডেস্কঃ গুজৰাট নৰসংহাৰ কাণ্ডৰ বিশেষ আদালতৰ দোষী বিজেপি নেত্ৰী মায়া কোডনানীক উচ্চ আদালতে শুকুৰবাৰে ৰেহাই দিয়ে শাস্তিৰ পৰা৷ গুজৰাট আদালতে শুকুৰবাৰে অন্তিম শুনানিৰ অন্তত এছআইটিৰ বিশেষ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি ৩২ দোষীৰ ভিতৰত ১৭গৰাকীক ৰেহাই দিয়ে৷ ১৭গৰাকীৰ সৈতে মায়া কোডনানীৰ নাম আছে৷ মায়া কোডনানী হৈছে গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেত্ৰী৷
All 12 convicts have been awarded 21 years of imprisonment without remission. 11 witnesses gave different statements on Maya Kodnani's presence at the location but there were contradictions: Prashant Desai, Special Public Prosecutor on 2002 #NarodaPatiyaCase pic.twitter.com/3U5cBcRYtG