102
ৰঙিয়াঃ দিন দুপৰতে ৰঙিয়া ইউনিয়ন বেংকৰ চৌহদৰ পৰা ডিঙিত ক্ষুৰ লগাই ৩ দুৰ্বৃত্তৰ দলে কাঢ়ি নিলে ৪.৫ লাখ টকা। আজি ঘটা এই ঘটনাৰ পিছত সংকতজনক অৱস্থাত হোণ্ডা ডিলাৰৰ কৰ্মচাৰী ৰিন্টু আলীক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।
ঘটনাৰ বিষয়ে জানিব পৰামতে ৰঙিয়া ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা হোণ্ডা ডিলাৰৰ কৰ্মচাৰী ৰন্টু আলীয়ে মালিক অমিত দেৰ ঘৰৰ পৰা ৪ লাখ ৫০ হেজাৰ টকা ৰঙিয়া ইউনিয়ন বেংকত থবৰ বাবে আহিছিল৷