Home অন্যান্য খবৰশ্ৰমিকৰ আত্মহত্যাৰ পিছত উপায়ুক্ত কমল বৈশ্যই পৰিদৰ্শন কৰিলে তুলসীবাৰী এপল’মিল

শ্ৰমিকৰ আত্মহত্যাৰ পিছত উপায়ুক্ত কমল বৈশ্যই পৰিদৰ্শন কৰিলে তুলসীবাৰী এপল’মিল

by News Desk
67 views
A+A-
Reset

তুলসীবাৰীঃ যোৱা ১৪ মাহে দৰমহা নাপায় বুকুত অযুত যন্ত্ৰণা লৈ চকুলো টুকি দিন পাৰ কৰি অৱশেষত এগৰাকী শ্ৰমিকে আত্মহত্য কৰাৰ পিছতে চৰকাৰৰ চকু খোল লাগে৷ ৰঙিয়াৰ গৌৰব তুলসীবাৰীস্থিত এপল’মিলৰ পুনৰ কাৰ্যক্ষম কৰণৰ দাবীত ধাৰাবাহিক আন্দোলন চলি থকাৰ মাজতে ১৭ নৱেম্বৰত মিলটোৰ শ্ৰমিক, বিছেন্নালা গাঁও নিবাসী মনোৰাম কুমাৰে বাসগৃহৰ পাছফালে গামোচাৰে চিপ লৈ আত্মহত্যা কৰে৷

পত্নী আৰু একমাত্ৰ কন্যা সন্তানৰ সৈতে সুখৰ জীৱন কটাই অহা এপল’শ্ৰমিকগৰাকীয়ে বিগত চৈধ্য মাহে কৰ্মহীন হৈ পৰে৷ অৱশেষত আত্মহত্যা কৰে৷ তুলসীবাৰীৰ এপ’ল মিল পুণৰ কাৰ্যক্ষম কৰাৰ দাবীত বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থা আৰু মিল শ্ৰমিক সন্থাই ধাৰাবাহিক আন্দোলন কৰি থকাৰ সময়তে কামৰূপ জিলাৰ উপায়ুক্তই সোমবাৰে মিল প্ৰাংগনত উপস্থিত হৈ মিলটো পৰিদৰ্শন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0