91
লালুকঃ বান্দৰদেৱাত গাড়ীৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ অচিনাক্ত লোক৷ পঞ্জীয়ন বিহীন গাড়ীৰ ভিতৰত এজন লোক শুই থকা অবস্থাতে মৃত্যু হোৱাৰ ঘটনাই বান্দৰদেৱাত চাঞ্চ্যলৰ সৃষ্টি হৈছে৷
আৰক্ষীয়ে গাড়ীৰ দৰ্জা খুলি লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰিছে যদিও মৃত লোকজনৰ কোনো নাম-ঠিকনা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷