95
ডিজিটেল ডেস্কঃ বিশ্বৰ শীৰ্ষ গেম চেঞ্জাৰলৈ পৰিগণিত হ’ল মুকেশ আম্বানি৷ ৰিলায়েন্স জিঅ’ৰ জৰিয়তে ৰাতিৰ ভিতৰতে কোটি কোটি ভাৰতীয় জনতাৰ ইন্টাৰনেট জগতখন সলনি কৰা আম্বানিক ফৰ্বচে বিশ্বৰ শীৰ্ষতম গেম চেঞ্জাৰ হিচাবে মনোনয়ন কৰিছে৷
মূলতঃ নিজ কৰ্মৰে বিশ্বৰ লোকসকলৰ জীৱন সলনি কৰা লোকসকলক নিৰ্বাচন কৰা হয় গেমচেঞ্জাৰ ৰূপে৷