Home গুৱাহাটীৰাজপথলৈ ওলাই আহিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, নায়ক হৈ থকাৰ অধিকাৰ নাই সোণোৱালৰ

ৰাজপথলৈ ওলাই আহিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, নায়ক হৈ থকাৰ অধিকাৰ নাই সোণোৱালৰ

by News Desk
67 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই আহিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শনিবাৰে হাতত জোঁৰ লৈ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰি হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে শনিবাৰ বিয়লি হুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত পথ অৱৰোধ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজ পথ কঁপাই তোলে৷ 

বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসম ধ্বংসকাৰী সিদ্ধান্ত গ্ৰহণ কৰি হিন্দু-বাংলাদেশী অসমত সংস্থাপিত কৰাৰ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাক ধিক্কাৰ দি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক হৈ থকাৰ অধিকাৰ নাই বুলি কয়৷ অসমীয়া জাতিক বন্ধকত ৰাখি খলনায়কলৈ পৰিণত হ’ল বুলি কটাক্ষ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে৷ জাতি-মাটি আৰু ভেটি সুৰক্ষিত কৰাৰ সপোন দেখুৱাই দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰে অসমৰ সহজ সৰল ৰাইজ তথা জনগণক চৰম প্ৰতাৰণা কৰিছে বুলি কৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ক্ষোভ জাহিৰ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0