60
মোৰাঝাৰঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলত স্থান লাভ নকৰিলেও উন্নত ফলাফলে উৎফুল্লিত কৰি তুলিছে হোজাইবাসীক৷
হোজাই জিলাৰ ফলাফল পূৰ্বতকৈ উন্নত হোৱাক লৈ আনন্দিত হৈ পৰা দেখা গৈছে ছাত্ৰ-ছাত্ৰী শিক্ষকৰ লগতে অভিভাৱকসকল৷