62
ডিজিটেল ডেস্কঃ পাক সেনাই সততে যুদ্ধ বিৰতি ভংগ কৰি ভাৰতীয় সেনাৰ ওপৰত চলোৱা গুলিবৰ্ষণৰ প্ৰত্যুত্তৰ দিয়াৰ এক খবৰ ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ হৈছে।
ফেচবুকত ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখা গৈছে যে ভাৰত-পাক সীমান্তৰ লাইন অৱ কণ্ট্ৰোলৰ সমীপতে এটা পাকিস্তানী সেনাৰ বাংকাৰত মিছাইলেৰে আক্ৰমণ কৰিছে সেনাই।