86
ডিজিটেল ডেস্কঃ মানুহজন ভীষণ প্ৰেমিক। সকলোকে ভালপোৱা দি ভালপায়। নিৰ্দিষ্ট এগৰাকীৰ সৈতে ভালপোৱা সীমাৱদ্ধ ৰখাতো মুঠেই পছন্দ নকৰে। অৱশ্যে তেওঁৰ এই প্ৰেম লাভ কৰিবলৈ আগ্ৰহী সকলে দিব লাগে কিছু মূল্য।
কথাতে কয়, ‘যিমানে বিলাই দিবা সিমানে মহান হ’বা।’ এই লোকজনৰ ক্ষেত্ৰত পিছে কথাষাৰ ওলোটাহে হ’ল। মহান হোৱাতো বাদেই, সকলোকে ভালপোৱা দিবলৈ গৈ তেওঁ আলহী হ’বলগীয়া হ’ল ৰঙাঘৰৰ।
দিনদিয়েক পূৰ্বে বাংগালুৰু আৰক্ষীৰ জালত পৰে প্ৰতাৰক প্ৰেমিকজন।