90
ডিজিটেল ডেস্কঃ কৃষকৰ আয়কলৈ পুনৰ আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ শণিবাৰে দেশৰ ৰাজধানীত অনুষ্ঠিত ‘কৃষি উন্নতি মেলা’ত অংশগ্ৰহণ কৰাৰ পূৰ্বে মোডীয়ে টুইটত কয়, ২০২২ চনৰ ভিতৰত কৃষকৰ আয়ৰ পৰিমাণ দুগুণ কৰা হ’ব৷
The theme of the fair is doubling farmer’s income by 2022. Krishi Unnati Mela is aimed at creating awareness about the latest technological developments in the agriculture and allied sectors among farmers.