91
গুৱাহাটীঃ স্বতন্ত্ৰ ফিজিঅ’থেৰাপি গঠনৰ দাবীত দেওবাৰৰ পৰা নতুন দিল্লীৰ যন্তৰ মন্তৰত আৰম্ভ হৈছে প্ৰতিবাদ৷ ইণ্ডিয়ান এছোচিয়েছনৰ অৱ ফিজিঅ’থেৰাপিষ্টৰ সভাপতি ডাঃ উমাশংকৰ মহান্তিয়ে অামৰণ অনশনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি স্বতন্ত্ৰ ফিজিঅ’থেৰাপি গঠনৰ দাবী জনায়।
অাসাম ফিজিঅ’থেৰাপি এছোচিয়েছন চমুকৈ অাপা অাৰু ইণ্ডিয়ান এছোচিয়েছন অৱ ফিজিঅ’থেৰাপিষ্টৰ অসম শাখাই নতুন দিল্লীৰ যন্তৰ মন্তৰত মহান্তিয়ে কৰা অনশনক পুৰ্ণ সমৰ্থন আগবঢ়ায়৷