91
দিল্লীঃ দেশত অনলাইনযোগে লেন-দেন কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰা দেশীয় কোম্পানী পেটিএমৰ এক ১ শতাংশ শ্বেয়াৰ ক্ৰয় কৰি লৈছে চীনা ই-কমাৰ্চ কোম্পানী আলিবাবাই। ৰিলায়েন্স কেপিটেলৰ এই শ্বেয়াৰ ২৭৫ কোটি টকাত ক্ৰয় কৰিছে আলিবাবা নামৰ অনলাইন ৰিটেইল কোম্পানীটোৱে।
উল্লেখ্য যে ৰিলায়েন্স কেপিটেলে ২০১০ চনত ১০ কোটি টকা বিনিয়োগ কৰিছিল। যোৱা এমাহ ধৰি ৰিলায়েন্সে গ্ৰাহক বিচাৰি আছিল।