99
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ ভগৱানস্বৰূপ বিশ্বজুৰি জনপ্ৰিয় ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰৰ আজি জন্মদিন উপলক্ষে অসংখ্য শুভকাংক্ষীয়ে শুভেচ্ছা জনায়।
৪৪ বছৰ বয়সত ভৰি দিয়া মহান তাৰকা গৰাকীৰ সতীৰ্থ বীৰেন্দৰ সেহৱাগে অন্য এক ধৰণে শচীনক জন্মদিনৰ শুভেচ্ছা জনায়। সেহৱাগে শচীনৰ লগত ফ্লাইটত উঠা ফটো এখন শ্বেয়াৰ কৰে য’ত শচীন শুই থকা অৱস্থাত দেখা পোৱা গৈছে।