Home দেশভিআইপিৰ গাড়ীৰপৰা আঁতৰিল ৰঙা লাইট

ভিআইপিৰ গাড়ীৰপৰা আঁতৰিল ৰঙা লাইট

by News Desk
95 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ‘ভি আই পি’ৰ গাড়ীৰ পৰা আতৰিব ৰঙা লাইট৷ ৰঙা লাইট অবিহনেই যাতায়ত কৰিব লাগিব মন্ত্ৰী আৰু বিষয়াই৷ বুধবাৰে ‘ভি আই পি’ সকলৰ ৰঙা লাইট সন্দৰ্ভত এক গুৰত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় কেবিনেটে৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ মন্ত্ৰী আৰু বিষয়াসকলৰ ওপৰত প্ৰযোজ্য হ’ব এই সিদ্ধান্ত৷

কেৱল জৰুৰীকালীন বাহন যেনে এম্বুলেন্স এনফৰ্চমেণ্ট এজেন্সীয়েহে ব্যৱহাৰ কৰিব পাৰিব এই ৰঙা লাইট। ১ মে’ৰ পৰা ৰঙা লাইট নোহোৱাকৈয়ে যাতায়ত কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ মন্ত্ৰী আৰু বিষয়াসকলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0