78
চিচিবৰগাওঁঃ শ্ৰীপাণি আঞ্চলিক বিহু সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি থকা অৱস্থাতে কেইজনমান কিশোৰৰ চুৰিকাঘাতত অংকুৰ দেউৰী নামৰ (১৬) নামৰ এজন কিশোৰে প্ৰাণ হেৰুৱাব লগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, শ্ৰীপাণি কপাহতলী গাৱঁৰ প্ৰয়াত জয়কুমাৰ দেউৰীৰ পুত্ৰ অংকুৰ দেউৰীয়ে যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।