Home অন্যান্য খবৰপশ্চিম নলবাৰীত গুণোৎসৱৰ প্ৰস্তুতিমূলক সভা, ২৫১খন বিদ্যালয়ক সামৰি গুণোৎসৱ

পশ্চিম নলবাৰীত গুণোৎসৱৰ প্ৰস্তুতিমূলক সভা, ২৫১খন বিদ্যালয়ক সামৰি গুণোৎসৱ

by News Desk
101 views
A+A-
Reset

newsnextone.com৷পশ্চিম নলবাৰীঃ  আগন্তুক অক্টোবৰ মাহত অনুষ্ঠিত হ’ব লগা গুণোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত অলপতে পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত জাগাৰা হাইস্কুলত গুণোৎসৱ হ’ব লগা বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলক লৈ এখন গুৰুত্ব পূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ভেৱশ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিশিষ্ঠ অতিথি হিচাপে উপষ্ঠিত থাকে৷ নৱ নিযুক্ত জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই সভাৰ ভাষণৰ প্ৰসংগত মানৱ সম্পদ নিৰ্মানৰ স্থান স্বৰূপ বিদ্যলয় সমুহত আভ্যন্তৰীন আৰু বাহ্যিক দুয়োটা ক্ষেত্রতে সন্মানীয় আৰু মৰ্যদা সম্পন্ন কৰি গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ নেতিবাচক দিশ সমুহক পৰিহাৰ কৰি বৃত্তিগত জীৱনক উচ্চ পৰ্যায়লৈ নিবলৈ আহ্বান জনায়। শেহতীয়াকৈ উক্ত অনুষ্ঠানটোৰ আত ধৰে চি আৰ চি চি জয়ন্ত ডেকাই। উল্লেখযোগ্য যে পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ২৫১ খন নিম্ন প্ৰাথমিক, মধ্য ইংৰাজী, মজলীয়া,উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক সামৰি লোৱা হৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0