Home অন্যান্য খবৰকলগাছিয়াত বিপদ মাতিছে অবৈধ খননে

কলগাছিয়াত বিপদ মাতিছে অবৈধ খননে

by News Desk
62 views
A+A-
Reset

কলগাছিয়াঃ বেকী নৈত অবৈধ ভূমি খননে বিপদ মাতিব পাৰে কলগাছিয়াৰ কাউৰজাহীবাসীৰ। বন বিভাগৰ বাধা সত্বেও বন্ধ হোৱা নাই এই খননকাৰ্য। ৰাজহ চক্ৰ বিষয়াক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। বেকী নৈৰ গৰাখহনীয়াত বিধ্বস্ত অঞ্চল কলগাছিয়াৰ কাউৰজাহীত সম্প্ৰতি খাল কাটি ঘৰিয়াল মাতিছে গাঁওখনৰ একাংশ লোকে।

নৈৰ বুকুৰ মাটি খান্দি বিক্ৰী কৰি অহা অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে। নিতৌ ট্ৰেক্টৰ ভৰ্তি কৰি এনেদৰে মাটি খনন কৰা কাৰ্যই চিন্তিত কৰি তুলিছে সমগ্র অঞ্চলবাসীক। জানিব পৰা মতে গাঁওখনৰ কদম আলী আৰু ছাদেক আলী নামৰ দুজন লোকে এনেদৰে অবৈধভাৱে মাটি বিক্ৰী কৰি আহিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0