99
ওৰাঃ ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ৰৌতা চাৰিআলি ৰঙ্গমঞ্চত মঙলবাৰে নিশা ‘ৰংজালি বৈশাগু’ৰ সাংস্কৃতিক অনুষ্ঠান চলি থকা সময়তে এখন গ্লেমাৰ চুৰি হোৱাৰ খবৰ লাভ কৰে আৰক্ষীয়ে।
লগে লগে আৰক্ষীয়ে চুৰি হোৱা মটৰ চাইকেলখন উদ্ধাৰৰ বাবে ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপু বৰাৰ নেতৃত্বত অভিযান আৰম্ভ কৰি হৰিশিঙা পৰা উক্ত মটৰচাইকেলখনৰ লগতে অন্য তিনিখন মটৰ চাইকেল উদ্ধাৰ কৰে।