নিউয়ৰ্কঃ আফ্ৰিকান-আমেৰিকান জৰ্জ ফ্লয়েডৰ মৃত্যুত সমগ্ৰ আমেৰিকাতে তুংগত উঠিছে প্ৰতিবাদ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভিন্ন প্ৰান্তত ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে ৪০০০ৰো অধিক প্ৰতিবাদকাৰী। বিক্ষোভকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে ৰবৰৰ বুলেটৰ লগতে কন্দুৱা …
© News Next One. All rights Reserved. Contact [email protected] for any query. Design & Cloud Hosting by: Rongjeng Technologies.