Home অন্যান্য খবৰটেংকাৰৰ তেলত জুই

টেংকাৰৰ তেলত জুই

by News Desk
84 views
A+A-
Reset

বঢ়মপুৰঃ নগাঁও আউনীআটিত ভয়ংকৰ অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীক ৰাইজে খৱৰ দিছিল যদিও ঘটনাস্থলীত বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি  কৰে ৰাইজে৷

ফলত অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাত। অগ্নিনিৰ্বাপক বাহিনীৰ লোকে অভব্য আচৰণৰ লগতে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ তোলে ৰাইজে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0