Home অন্যান্য খবৰনগাঁও-মৰিগাঁৱত গোসাই উলিওৱা উৎসৱ পালন

নগাঁও-মৰিগাঁৱত গোসাই উলিওৱা উৎসৱ পালন

by News Desk
106 views
A+A-
Reset

নগাঁওঃ প্ৰতিবছৰে মধ্য অসমৰ নগাঁও আৰু মৰিগাঁও জিলাৰ ৰাইজে পৰম্পৰাগতভাৱে পালন কৰি আহিছে ঐতিহাসিক গোসাঁই উলিওৱা উৎসৱ৷ ৰজাদিনীয়া উৎসৱটি বৰ্তমান সময়ত এই জিলা দুখনৰ জনজীৱনৰ এক অপৰিহাৰ্য অংগস্বৰূপ হৈ পৰিছে৷ আড়ম্বৰপূৰ্ণ ৰূপত পালিত এই উৎসৱটিয়ে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৰে মাজত একপ্ৰকাৰ সমন্বয়ৰ সেতু ৰচনা কৰি আহিছে৷ 

সেয়ে বিগত বৰ্ষবোৰৰ দৰে এইবেলিও নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চমুৱাগাঁৱত গোসাঁই উলিওৱা উৎসৱটি উলহ-মালহেৰে উদযাপন কৰা হয়৷ হাতীচোং-কুৰুৱাবাহী সংযোগী পথৰ দাঁতিৰ উৎসৱস্থলীত অগণন লোকৰ সমাগমেৰে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0