Home ভাইৰেলকৰ’নাৰ বিৰুদ্ধে যুঁজ দি সঁচাকৈয়ে ছোফাত শুই পৰিছিল নেকি ভাগৰুৱা স্বাস্থ্যমন্ত্ৰীয়ে?

কৰ’নাৰ বিৰুদ্ধে যুঁজ দি সঁচাকৈয়ে ছোফাত শুই পৰিছিল নেকি ভাগৰুৱা স্বাস্থ্যমন্ত্ৰীয়ে?

by News Desk
A+A-
Reset
klanta

ফেক্ট চেকিংঃ কৰ’নাৰ পৰা অসমৰ ৰাইজক ৰক্ষা কৰিবলৈ জনতা কাৰ্ফিউ ঘোষণা কৰাৰ পিছৰে পৰা ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি থকা দেখা গৈছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক। প্ৰায় ২০ বছৰীয়া মন্ত্ৰী জীৱনৰ অভিজ্ঞতাৰে ডঃ শৰ্মাই এইকেইদিন দিনে-নিশাই কাম কৰি থকা বুলি ছ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি টিভি, বাতৰি কাকত, নিউজ পৰ্টেল সকলোতে চৰ্চা চলিছে। 

টিভিৰ বাতৰি আৰু ফেচবুক-হোৱাটছএপযোগে সেই চৰ্চা ভিতৰুৱা গাঁওসমূহলৈকো বিয়পি গৈছে। ফেচবুকত কিছুদিন পূৰ্বে কৰ’নাৰ পৰা ৰাজ্যবাসীক মুক্ত কৰিবলৈ কোনে বেছি কষ্ট কৰিছে তাক লৈ বিতৰ্কও চলা পৰিলক্ষিত হৈছিল। উক্ত বিতৰ্কৰ সূত্ৰপাত ঘটোৱাসকলে নিজ নিজ প্ৰশংসাৰ তুলাচনীৰ এফালে স্বাস্থ্যমন্ত্ৰীক আৰু আনফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উঠাই লৈ ছ’চিয়েল মিডিয়াৰ বন্ধুমহলক ওজন কোনফালে বেছি হৈছে বুলি প্ৰশ্নও কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0