![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/WhatsApp%20Image%202017-03-26%20at%203.27.09%20PM.jpeg?itok=C60M8MD1)
অহিঅঃ হিংসাৰ অন্ত পৰা নাই মাৰ্কিন যুক্তৰাষ্ট্ৰত। অ’হিঅত শনিবাৰে সংঘটিত হৈছে গুলীচালনাৰ ঘটনা৷ এটা নৈশ ক্লাবত সংঘটিত হয় এই গুলীচালনা৷ এই গুলীচালনাত এজন ব্যাক্তিৰ মৃত্যু হয়৷ তদুপৰি ১৫ জন ব্যাক্তিও গুৰুতৰভাৱে আহত হয়৷
স্থানীয় টি ভি চেনেলে প্ৰকাশ কৰা তথ্য অনুসৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে৷ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ আৰক্ষীৰ ভাষ্য অনুসৰি বিগত ২০ বছৰে কেতিয়াও এনে ঘটনা সংঘটিত হোৱা নাছিল বুলি উল্লেখ কৰে৷