11
Jul
2017
![সংগৃহিত](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/arunachal-pradesh-landslide_650x400_81499778832.jpg?itok=IBdrH_hi)
ডিজিটেল ডেস্কঃ কেইবাদিনৰ পৰা হৈ থকা বৰষুণে সৃষ্টি কৰা ভূমিস্খলনত আজি চুবুৰীয়া ৰাজ্য অৰুণাচলত প্ৰাণ হেৰুৱালে বহুজনে৷
পাহাৰীয়া ৰাজ্যখনৰ পাপুমপাৰা জিলাৰ এখন গাওঁত সংঘটিত হ’ল এই ভূমিস্খলনত৷ এই ভূমিস্খলনত ১৪ গৰাকী লোক মৃত্যুমুখত পৰাৰ উপৰিও পাঁচোটাকৈ ঘৰ মাটিয়ে পুতি পেলায়৷
এই গাওঁখনতে বিগত সপ্তাহত ভূমিস্খলনৰ ফলত প্ৰায় ১৫০ গৰাকী লোক তিনি দিনৰ আবদ্ধ হৈ ৰৈছিল৷ পৰৱৰ্তী সময়ত বায়ু সেনাৰ লোকে উদ্ধাৰ কৰিছিল লোকসকলক৷