06
May
2019

তেজপুৰঃ তেজপুৰত নকল সোণসহ ধৃত দুজন৷ ধৃতদ্বয় দিকৰাইজানৰ ইনামুল হক আৰু আক্কাশ আলী৷ দুয়োৱে প্ৰৱঞ্চনাৰে নকল সোণ বিক্ৰীৰ যো-জা চলাইছিল৷
আৰক্ষীয়ে অভিযান চলাই দুয়োকে আটক কৰাৰ লগতে ২ খন নকল সোণৰ বিস্কুট জব্দ কৰে।