
ফখৰুল ইছলাম, দৰংঃ বিশ্ব-পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি দৰং আৰু ওদালগুৰি জিলাৰ সীমান্তত অৱস্থিত লালপুল এছএছবি কেম্পত আৰু কেম্পৰ বাহিৰতো কেম্পৰ ২য় সেনা নায়ক ৰহিতেশ্বৰৰ নেতৃত্বত ২৫০ জোপা গছপুলি ৰোপণ কৰি বিশ্ব-পৰিৱেশ দিৱস উৎযাপন কৰা হয়৷ উক্ত কাৰ্যসূচীত কেম্পৰ জোৱানসকলে অংশগ্ৰহণ কৰে৷