10
May
2019
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/ada56129-5351-4a64-9436-a81710a1a2a1.jpg?itok=T-BOM9Oq)
চামগুৰিঃ চামগুৰি আৰক্ষীৰ জালত মূল অভিযুক্ত হত্যাকাৰী আব্দুল কাদিৰ।
ছাগলী চোৰ কৰিবলৈ আহি চোৰৰ দলটোৱে চামগুৰিৰ বৰমাবিলত এল্ট' গাড়ীত বান্ধি চোঁচৰাই হত্যা কৰিছিল আব্দুল হাই নামৰ এজনক। বিগত বৰ্ষৰ ২৯ ডিচেম্বৰত চামগুৰিৰ বৰমাবিলত সংঘটিত হৈছিল এই হত্যাকাণ্ডটো। বুধবাৰে নিশা পুনৰ গৰু চুৰি কৰিবলৈ আহিছিল ধৃত আব্দুল কাদিৰে। ধৃত আব্দুল কাদিৰৰ ঘৰ নগাঁৱৰ লাওগাৱত বুলি জানিব পৰা গৈছে৷