![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/pd.jpg?itok=PmjuLqaJ)
পাটাছাকুছিঃ 'প্ৰথমে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ হ’ব লাগিব। কোনো কাৰণতে সমৰ্থন কৰা নহ’ব জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক।’ এই মন্তব্য পাটাচকুছিৰ অগপ বিধায়ক পবিন্দ্ৰ ডেকাৰ।
নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি বিধায়কজনে বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমৃত শ্বাহে এনআৰচিৰ পূৰ্বে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাব বুলি কোৱা প্ৰসংগক তীব্ৰ বিৰোধিতা কৰে।
আনহাতে ভোটদান সাব্যস্ত কৰি বিধায়কগৰাকীয়ে কয়, পাটাছাকুছিত অধিক ভোট লাভ কৰিব অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে।