
তেজপুৰঃ তেজপুৰ লোকসভা সমষ্টিত মনোনয়ন-পত্ৰ দাখিলৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ ৰিপুন বৰাক সোমবাৰে নাচনি ৰূপত দেখা গ’ল।
কংগ্ৰেছ প্ৰাৰ্থী এমজিভিকে ভানুৰ মনোনয়ন দাখিলৰ বাবে যোৱাৰ সময়ত নাচি-বাগি আনন্দ কৰা দেখা গ’ল বৰাক। ভানুৰ বিজয় নিশ্চিত বুলি কৈ আত্মহাৰা হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী।
ভিডিঅ'টো চাওকঃ