![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/406c3e7c-d312-44ef-b024-d5ba614ef935_94_1.jpg?itok=4mUxpmKi)
newsnextone.com | ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীয়ে পুনৰ চিআৰপিএফক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰিছে জম্মু-কাশ্মীৰত৷
দেওবাৰে সন্ধিয়া দক্ষিণ কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে চিআৰপিএফক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰে৷
ফলত ১৩৪ বেটেলিয়ানৰ নাচিম আহমেদ নামৰ এগৰাকী চিআৰপিএফ জোৱানৰ দেহত গুলী লাগি শ্বহীদ হয় বুলি খবৰ আহিছে৷