গুৱাহাটী = নৱগঠিত অসম চৰকাৰৰ আজি দুটা মাহ সম্পূৰ্ণহোৱাৰ প্ৰাকক্ষণত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শৰ্মাই প্ৰতিগৰাকী মন্ত্ৰী বিধায়কলৈ শুভকামনা জ্ঞাপন কৰিছে ৷

এই বিশেষ দিনটোত ড°হিমন্ত বিশ্বৰ শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ খনে কেইবাখনো কেবিনেট বৈঠক অনুষ্ঠিত কৰি কিছু বিশেষ পদক্ষেপ গ্ৰহণ কৰে ৷
এই কেবিনেট বৈঠকত বৃহৎ প্ৰশাসনিক সংস্কাৰ ,চৰকাৰৰ ভৱিষ্যত পৰিকল্পনা আৰু কাৰ্যপন্থা ,জনজাতীয় কলা-কৃষ্টি আৰু সংস্কৃতিৰ বিকাশৰ বাবে সুকীয়া বিভাগৰ সৃষ্টি আদি বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আলোচনা কৰা হয়।