Home দেশসংবিধান সলনি কৰা কিমান সহজ? সংবিধান সলনি কৰিবলৈ গৈ কি হৈছিল বাংলাদেশ, নেপালৰ?

সংবিধান সলনি কৰা কিমান সহজ? সংবিধান সলনি কৰিবলৈ গৈ কি হৈছিল বাংলাদেশ, নেপালৰ?

by News Desk
A+A-
Reset
modi-govt-plan

অতি শীঘ্ৰে সলনি হ’ব পাৰে ইংৰাজী ভাষাত ভাৰতৰ চৰকাৰী নাম! কেন্দ্ৰৰ মোদী চৰকাৰে ইংৰাজপ্ৰদত্ত ভাৰতৰ ‘ইণ্ডিয়া’ নাম সলনি কৰি ‘ভাৰত’ ৰখাৰ বাবে প্ৰস্তুতি চলাইছে। বাতৰি অনুসৰি, ১৮ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া সংসদৰ বিশেষ অধিৱেশনত দেশৰ নাম পৰিৱৰ্তনৰ প্ৰস্তাৱ উত্থাপন কৰিব পাৰে মোদী চৰকাৰে। এই চৰ্চাই বাতৰিৰ শিৰোনাম দখল কৰাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দলসমূহ। দেশৰ নাম সলনি কৰাৰ লগে লগে ‘ইণ্ডিয়া’ শব্দৰ প্ৰয়োগ হৈ অহা সকলো প্ৰতিষ্ঠান, পদ আদিৰ নামো সলনি কৰিব লাগিব বুলি বিৰোধীয়ে সূচনা কৰিছে এক নতুন চৰ্চাৰ। 

কিন্তু কেৱল ইছৰ’, এইমছ আদি প্ৰতিষ্ঠানৰ নাম সলনি কৰিলেই নহ’ব, চৰকাৰে সলনি কৰিব লাগিব বৰ্তমান প্ৰচলিত হৈ থকা মুদ্ৰানোট সমূহো। যাৰ বাবে হয়তো দেশত পুনৰ এবাৰ বিমুদ্ৰাকৰণৰ প্ৰয়োজন হ’ব বুলি ইতিমধ্যে আশংকা ব্যক্ত কৰিছে আপ সাংসদ সঞ্জয় সিঙৰ লগতে বিৰোধীয়ে। ভাৰতৰ চৰকাৰী নাম ‘ইণ্ডিয়া’ৰ সলনি ‘ভাৰত’ কৰিলে সলনি কৰিব লাগিব দেশৰ সংবিধানো। কিয়নো বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ সংবিধানৰ প্ৰথম অনুচ্ছেদতে উল্লেখ আছে- ‘ইণ্ডিয়া, ডেট ইজ ভাৰত’…। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0