![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/ee20ac57-c508-470e-913a-c91a7bdf9035.jpg?itok=FLk3Z825)
গুৱাহাটীঃ গুৱাহাটীত হিন্দুস্তান নিৰ্মাণ দলৰ কাৰ্যকৰ্তা সন্মিলন। অনুষ্ঠানত অংশগ্ৰহণ কৰি দলটোৰ ৰাষ্ট্ৰীয় সভাপতি প্ৰবীণ ভাই টোগাড়িয়াই ক’লে আমি অসমৰপৰা বাংলাদেশীক মুক্ত কৰিম, এটাও বাংলাদেশীক থাকিবলৈ নিদিও অসমত। বাংলাদেশীৰ অনুপ্ৰৱেশ বন্ধ নকৰিলে কংগ্ৰেছে-বিজেপিয়ে। লগতে ক’লে অযোধ্যাত আমিয়েই নিৰ্মাণ কৰিম ৰাম মন্দিৰ।