অধিবক্তা ভাস্বতী ডেকাৰ বি জে পিত যোগদান

গুৱাহাটীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ভাস্বতী ডেকাই আজি বিজেপিত যোগদান কৰে। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আজি আনুষ্ঠানিক ভাৱে যোগদান কৰে অধিবক্তা গৰাকীয়ে৷

দলৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা বুলি জনায় অধিবক্তা ভাস্বতী ডেকাই।