খাৰুপেটীয়াঃ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত AS 13 G 8842 নম্বৰৰ বাইক আৰু চাইকেল এখনৰ মাজত সংঘটিত পথ দুৰ্ঘটনাত গুৰুতৰভৱে আহত বাইক আৰোহী খাৰুপেটীয়াৰ শ্যামল দাস৷
চাইকেল আৰু বাইক আৰোহীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।