Home দেশ‘কৃষকৰ আয় দুগুণ কৰিম’ বুলি PM মোদীয়ে দিয়া প্ৰতিশ্ৰুতিৰ আঁৰৰ গোপন কাহিনী (২)

‘কৃষকৰ আয় দুগুণ কৰিম’ বুলি PM মোদীয়ে দিয়া প্ৰতিশ্ৰুতিৰ আঁৰৰ গোপন কাহিনী (২)

by News Desk
A+A-
Reset
modi-farmer

২০২০ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে কৃষকৰ আয় দুগুণ কৰাৰ সপোনৰ বৰ্হিপ্ৰকাশ হিচাপে প্ৰৱৰ্তন কৰিছিল তিনিখন বিতৰ্কিত কৃষি আইন। এই আইনৰ জৰিয়তে কৰ্প’ৰেট গোষ্ঠীক ঘেঁহু, চাউল, দাইল আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী মজুত কৰি ৰখাৰ অনুমতি প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে। সমান্তৰালভাৱে নিয়ন্ত্ৰিত বজাৰৰ বাহিৰত কৃষিজাত সামগ্ৰী বিক্ৰীৰে নূন্যতম সমৰ্থন মূল্যক উপেক্ষা কৰি বৃহৎ পৰিসৰৰ কৰ্পৰেট ঠিকাভিত্তিক কৃষিৰ ভেটি স্থাপনৰো বাট মোকলাই দিছিল মোদী চৰকাৰে।

এয়াই আছিল সেই সময়ত কৃষক বিদ্ৰোহৰ সূচনা হোৱাৰ কাৰণ। কেন্দ্ৰীয় চৰকাৰে এই বিতৰ্কিত কৃষি আইন কৃষকৰ ওপৰত জাপি দিয়াৰ বিৰোধিতাৰে লাখ লাখ কৃষকে জাৰ-জহ, কোভিডৰ আতংককো নেওচি সম্পূৰ্ণ এবছৰ ধৰি ৰাজধানী দিল্লী তথা ইয়াৰ উপকণ্ঠ অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0